আজি আমাৰ ফালে সূয্য মামাক দেখা পোৱা নাই # pompi # Vlogs # 🤣
Pompi Vlogs Pompi Vlogs
483 subscribers
80 views
0

 Published On Sep 10, 2024

আজি এই বছৰৰ প্ৰথম টো ভয়ংকৰ দিন দেখা পালোঁ , ৰাতি পোৱা ৮ বজাতো সূৰ্যৰ পোহৰৰ ৰেঙণি দেখা পোৱা নাই কিয় নো বতৰ ইমানেই বেয়া যে সূৰ্য মামাৰ বিচাৰি পোৱা নাই, আমাৰ ঘৰৰ কল কেইজোপা পূৰা হাওলি গৈছে , ছাগলী কেইটাই ৰাতি পোৱা হৈছে বুলি ধৰিব পৰা নাই কিয় নো সিহঁত কেইটা মনে মনে শুই আছে , ল'ৰা ছোৱালী দুই তাক স্কুললৈ পঠিয়াবলৈ মোৰ বৰ ভয় লাগিছে , বতৰৰ এনে উগ্ৰ ৰূপ দেখিলে সঁচাই বৰ ভয় লাগে , এদিন স্কুল পঠিওৱা নাই বাবে মোৰ বহুত বেয়া লাগিছে কিন্তু এনে বতৰত সিহঁতক ঘৰৰ বাহিৰত থাকিলে মোৰ মন টো আৰু বেছি বেয়া লাগে , সেই বাবেই সিহঁতক আজি ঘৰতে ৰাখি থলো আপোনাৰ ফালে বতৰৰ ৰূপ কেনেকুৱা চলিছে বৰ্তমান পাৰিলে জনাবচোন শুনি ভাল লাগিব , মোৰ ভিডিঅ' ভাল লাগিলে লাইক কমেন্ট কৰিবলৈ পাহৰি নেযাব # 🥰

show more

Share/Embed