অসমত গছ ৰুব নেলাগে মাথোঁ ভাল পাবলৈ শিকাওঁক # pompi # Vlogs # 🥰
Pompi Vlogs Pompi Vlogs
483 subscribers
24 views
0

 Published On Aug 6, 2024

জানে নে বন্ধু সকল আমি যি অসমত বসবাস কৰোঁ বাহিৰা মানুহে অসমক জঙ্ঘলী দেশ বুলি কয়, ইয়াৰ বুকুত যি পৰে সিয়েই নতুন কৈ জীৱন পায় , অসমৰ মাটি বহুত ৰসাল সেই কাৰণেই প্ৰকৃতিৰ প্ৰেমী সকলে কৈছে অসমত গছ ৰুবৰ দৰকাৰ নাই , মাথোঁ গছ গছনিক ভাল পাবলৈ শিকাওঁক উঠি অহা চামক , আপোনাৰ শিশুটিক চিনাকি কৰাই দিয়ক আপোনাৰ আশে-পাশে পোৱা গছ গছনিৰ লগত , মই ঘৰতে হোৱা ধুনীয়া মৰিছা জোপা কাটি অনাৰ পিছত মোৰ ছোৱালী জনীয়ে বৰ মগ এটাৰ ভিতৰত পানী দি সজোৱাৰ চেষ্টা কৰি আছিল , তাই মোক প্ৰশ্ন কৰিছে ইমান ধুনীয়া গছ জোপা কিয় কাটিলা মা এই গছ দি কি কৰিবা , মই কলো এজোপা পাচলি হয় তাই মোক কাটিবলৈ বাধা দি আছিল , সেই বাবেই মই মগত কেইবাটাও নেমুটেঙা দি গছ জোপা লগাই দিলোঁ তাই বৰ আনন্দ পালে, কেতিয়াবা কেতিয়াবা কিছুমান নতুন নতুন কথাই আমাক বহুত বস্তু শিকাই দিয়ে # ❤️

show more

Share/Embed