মন মোহিত কৰা এটি গীত মোৰ ভাল লগা কাৰণে আগবঢ়ালো # Pompi # Vlogs # 🥰
Pompi Vlogs Pompi Vlogs
483 subscribers
214 views
3

 Published On Sep 1, 2024

নিজৰ সন্তানক আজৰি সময়ত এই বোৰ শিকাই মনোৰঞ্জনৰ দিব পাৰে , সিহঁতৰ গা মন ভাল থাকিব বেমাৰৰ আজাৰৰ পৰা দূৰত থাকিব , আজিৰ যুগত সকলোৱেই সকলো জানিব লাগে , কিয়নো আপোনী অলপ সময় হ'লেও নিজৰ জীৱন লৈ অলপ সময় হ'লেও হাঁহি থাকিবলৈ হ'লে আপোনী কিবা নহয় কিবা কামত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব লাগিব , পাৰদৰ্শিতা দেখুওৱা বলৈ আগতে কিছুমান কাম শিকিব লাগিব , নাচ হক বা গান আদি বিভিন্ন ধৰণৰে শিকিব পাৰি , কিছুমানে চাই শিকে কিছুমানে আকৌ শুনি শিকে শিকাৰ ধৰন সমুহ সকলোৰে বেলেগ বেলেগ থাকে , সেই কাৰণেই আপোনী আগতে জানিব লাগিব আপোনাৰ সন্তান কোন বিদ্যাত আগ্ৰহী সেই মতেই আপোনী তাক শিক্ষা দিয়াৰ চেষ্টা কৰিব , ধন্যবাদ # ❤️

show more

Share/Embed