মোৰ ছোৱালী প্ৰথম বাৰ হেলিকপ্টাৰত বম্বে যাবলৈ সাজু # 🤣 # Pompi # Vlogs # 😄
Pompi Vlogs Pompi Vlogs
483 subscribers
112 views
0

 Published On Aug 17, 2024

সেই দিনা গুৱাহাটীৰ পৰা নাচি আহি তাই বৰ আমনি দিছিল হেলিকপ্টাৰত উঠিব পৰা নাই কাৰণে মই গুৱাহাটী লৈ যোৱাৰ আগতেই কথা দিছিলো তুমি যদি ভাল দৰে নাচিব পাৰা তেনেহলে মই তুমাক হেলিকপ্টাৰত উঠাম , কথা মতে কাম তাই ভাল দৰে নাচিলে প্ৰথম পুৰস্কাৰ লাভ কৰিলে সেইবাবেই মই তাইক মিনাবজাৰ দেখোৱাবলৈ লৈ গলো, তাই বহুত আনন্দ পালে , প্ৰথমে গৈ তাই হেলিকপ্টাৰ বিচৰাত লাগিল আৰু অৱশেষত গৈ সকলো লক্ষ্য বেদ কৰি তাইৰ লক্ষ্যত উপনীত হ'ল , আৰু হেলিকপ্টাৰ দেখাৰ লগে লগে তাই আনন্দত আত্মহাৰা হৈ নাচি বলৈ ধৰিলে , আৰু প্ৰায় ৩০ মিনিটত সময় হেলিকপ্টাৰত বহি পাৰ কৰালে , মই সিহঁতক আনন্দত থকা দেখিলে মোৰ নিজৰ দুখৰ কথা মনতেই নপৰে ভাল লাগিলে লাইক কৰিব, আৰু কমেন্ট কৰি জনাবচোন আপোনাৰ ঘৰতো সৰু ল'ৰা ছোৱালী আছে নেকি # 🥰

show more

Share/Embed