BATTERY MUKHIYA | PRIYANKA BHARALI |LOHIT ROHIT| DIGANTA DAS| MONI KANCHAN| MADHUSHMITA| BIHU SONG
Priyanka Bharali Priyanka Bharali
126K subscribers
109,374 views
3K

 Published On Premiered Jan 13, 2024

Audio Credits -
Singer -PRIYANKA BHARALI
Lyrics/Composer/Music DR.LOHIT ROHIT
Mixed and Mastered by DIGANTA BORDOLOI
Recorded at Raj Music Studio by RIPU MOHAN
Chorus - SWARNALI AAIDEU, TANUSHREE DEVI
Musicians-
Dhol-DEBASWAR SAIKIA,LACHIT BARUAH
Taal/Pepa Gagana-PITI BORAH
Flute -KAILASH RABHA
Melody - G.K.MAINA
Art Works-HARISH RANJAN GOGOI
Special Thanks - MRINA BHARALI (MAA), SARATH NEEL,RAJIB DAS (NATIONAL MUSIC), AJOY,BIMAN,HORU, NAYAN

Video Credits
Video Director - DIGANTA DAS (DIGU)
AD- PALASH PAUL,AKASH
DOP - BIPUL DAS MIRZA
Assist - RUBUL DAS
MAKE UP - SHUBHASH (NANU), POMPI, JINKU (XORU)
EDITOR - BITUL KONWAR
*ING DEBESWAR SAIKIA,PRIYANKA BHARALI,MONI KANCHAN KONWAR,MADHUSHMITA DIHINGIA
DRONE - RIYAN SAIKIA
Production Controller - Dhan Jitu (Moto )
Settings - NARAYAN

Lyrics:- যোজনা
এ ডিব্ৰুগড়ৰ বেঙেনা
এ কজি চাৰিঅনা
এ তেলত ভাজি খাবলৈ ভাল।
এ আজিকালি ল'ৰাবোৰ
এ বেটেৰি মুখীয়া
এ সৰিয়হ পেৰিবৰ ভাল।।
১.
এ অলিয়া কৰিলি অ'কি মনচেং
বলিয়া কৰিলি অ'কি 'মনচেং
আৰু বা কৰিবি কিয়ে কি ঐ মনচেং
কেলৈ কৰ এনেখন
কেলৈ কৰ তেনেখন
কেলৈ দিছ শৰীৰত জুই।
শৰীৰৰ জীয়া জুই অ'কি মনচেং
নুমাওঁতা নাইকীয়া অ'কি মনচেং
এ মনৰ কেঁচা মৰম দিয়ে কি ঐ মনচেং
কেলৈ কৰ এনেখন
কেলৈ কৰ তেনেখন
কেলৈ দিছ শৰীৰত জুই।।
২.
ঘৰতো নবহে নয়া নদী নয়া ৩ কুল
মনে ঐ মনচেং নয়া নদী নয়া ৩ কুল
এ পথাৰতো নবহে ২ মনে হেই হেই হেই অ' হেই
নয়া নদী নয়া কুল
তোৰে মোৰে একেই কুল ২
ব'হাগতে পাতি যাওঁ বিয়া।২
ঐ কমোৱা তুলাবোৰ নয়া নদী নয়া ৩ কুল
যেনেকৈ উৰিছে নয়া নদী নয়া ৩ কুল
তেনেকৈনো উৰিবৰ ২ মনে হেই হেই হেই অ'হেই
নয়া নদী নয়া কুল
তোৰে মোৰে একেই কুল২
ব'হাগতে পাতি যাওঁ বিয়া।।২
৩.
মোৰে দুখৰ কথা কপৌ ফুলে এজাৰত
কিমান নো শুনিবা কপৌ ফুলে এজাৰত
ক'লেনো মহাভাৰত২ হ'ব চেনাইটি
কপৌ ফুলে এজাৰত
মোৰে চেনাইটি তোৰেনো ঐ বেজাৰত২
ল'মেনো চিপেজৰী
হাউলা ঐ মদাৰত।২
ঐ সেইখন মহাভাৰত কপৌ ফুলে এজাৰত
যিজনে পঢ়িব কপৌ ফুলে এজাৰত
সিজনো ঐ পগলা২
হ'ব চেনাইটি
কপৌ ফুলে এজাৰত
মোৰে চেনাইটি তোৰেনো ঐ বেজাৰত২
ল'মেনো চিপেজৰী
হাউলা ঐ মদাৰত।।২
জোঙাল-
ঐ কুকুৰা কুকুৰা কুকুৰা ঐ
এ অজাতি কুকুৰা
ঐ ভুকুৱাই ভুকুৱাই ভুকুৱাই মাৰিমে তোক।
ঐ ৰাতি নৌ - পুৱাওঁতে ঐ
ঐ কিয় ডাকে দিলি ঐ
ঐ মনচেঙে এৰি যায় মোক।।

ঐ নৈ কাণৰ বগৰী লাগে ডালে ভৰি
কোনে পাৰি দিবহি মোকে ঐ চেনাইটি
কোনে পাৰি দিবহি মোক।
ঐ আই নাইকীয়া বোপাই নাইকীয়া কোনে খুজি দিবহি
কোনে খুজি দিবহি তোক।।
গধূলি ঐ গধূলি
উৰি ফুৰে বাদুলি
উৰি ফুৰে বাদুলি
বাৰীৰে ঐ পকা কল
বাৰীৰে ঐ পকা কল
খায়ে মোৰ চেনাইটি
মোৰেনো ঐ মনতে পৰে মোৰ চেনাইটি
মোৰেনো ঐ মনতে পৰে ঘনে ঘনে
তোৰ জানো মনতে
তোৰ জানো মনতে নপৰে ২।।।।

show more

Share/Embed