PABHO JORA || CHANDAN DAS || DIMPY SONOWAL || DIGANTA BHARATI
chandan das Assam chandan das Assam
130K subscribers
7,755,713 views
47K

 Published On Dec 31, 2017

PABHO JORA পাভ যোৰা 1

SINGER- CHANDAN DAS AND DIMPY SONOWAL
COMPOSER- CHANDAN DAS
LYRICS- DIGANTA BHARATI
ORIGINAL MUSIC PRODUCER & ARANGER- CHANDAN DAS
GUITAR- RUPAM SHARMA
PEPA- KALYANJIT DUTTA
AUDIO MIX & MASTER- PINKU DAS
ALL SOUNDS RECORDED, MIXED AND MASTERED AT RED AV STUDIO, GUWAHATI, ASSAM, INDIA
Music Label & Publisher : Red Av Studio

VIDEO DIRECTOR- SACHIN BARUAH
CINEMATOGRAPHER- BITUL DAS
EDITOR- MANAS KASHYAP
MUA- RAGHU

For any enquiry and collaboration call:
(+91) 9864134945, (+91) 8638472395
Email: [email protected]

(SOCIAL)
Follow Chandan Das
Instagram:
  / chandan_das_assam  
Facebook:
  / chandanmusik  

Follow Dimpy Sonowal
Instagram:
  / dimpy_sonowal  
Facebook:
  / dimpy.sonowal.3  

Lyrics:

 লিহিৰি মাতে মনতে দোলনী লগালে
বহাগী সুৰে দেহা মন কলিজা কপালে
দ্বীপৰ বিলৰ পাৰতে ঝাও বনৰ আৰতে
কোনে বাঁহী বজালে চিনাকি পিৰীতি
চিনাকি পিৰীতি সুৰত..

মোৰে সোনকন দেহা ঐ
তুমি শোণিতপুৰীয়া
মোৰে সোনকন দেহা ঐ
মই নো কামৰূপীয়া
মৰমে মিলালে চেনেহে ৰঙালে
দুখনি হিয়াৰে দুখনি হিয়াৰে মাজত
আমাৰে যোৰা পাভ যোৰা
নেভাঙে নেভাঙে
নেযাবা এৰি নেজাওঁ এৰি
জীৱন মৰণে
আমাৰে যোৰা পাভ যোৰা
নেভাঙে নেভাঙে
নেযাবা এৰি নেজাওঁ এৰি
জীৱন মৰণে

অ' জান ঐ...
পানী পাই বাঢ়িল পানীৰে মেটেকা
ৰ'দে পাই বাঢ়িলে কুঁজী কৈ থেকেৰা
দেহা ঐ..
কেলৈ নো গাড়ী ঘৰ কেলৈ গহনা
তোমাৰে মৰমৰ নাই ঐ তুলনা
মোৰে সোনকন দেহা ঐ
আহিব বিহুটি
মোৰে সোনকন দেহা ঐ
যাব গৈ বিহুটি
থাকিব হাঁহি বোৰ
থাকিব ৰগৰ বোৰ
দুয়োৰে মনৰে, দুয়োৰে মনৰে মাজত
আমাৰে যোৰা পাভ যোৰা
নেভাঙে নেভাঙে
নেযাবা এৰি নেজাওঁ এৰি
জীৱন মৰণে
আমাৰে যোৰা পাভ যোৰা
নেভাঙে নেভাঙে
নেযাবা এৰি নেজাওঁ এৰি
জীৱন মৰণে


মোৰ দেহা অ'...
লুইতৰ পাৰৰে ধুনীয়া চুবুৰী
চেনাইৰে চোতালত সৰগী মাধুৰী
জান ঐ...
তেলীয়া সাৰেঙৰ তেলীয়া পিৰীতি
আমাৰে পিৰীতিত জপিয়াই জুৰিটি

লিহিৰি মাতে মনতে দোলনী লগালে
বহাগী সুৰে দেহা মন কলিজা কপালে
দ্বীপৰ বিলৰ পাৰতে ঝাও বনৰ আৰতে
কোনে বাঁহী বজালে চিনাকি পিৰীতি
চিনাকি পিৰীতি সুৰত..
মোৰে সোনকন দেহা ঐ
তুমি শোণিতপুৰীয়া
মোৰে সোনকন দেহা ঐ
মই নো কামৰূপীয়া
মৰমে মিলালে চেনেহে ৰঙালে
দুখনি হিয়াৰে দুখনি হিয়াৰে মাজত
আমাৰে যোৰা পাভ যোৰা
নেভাঙে নেভাঙে
নেযাবা এৰি নেজাওঁ এৰি
জীৱন মৰণে
আমাৰে যোৰা পাভ যোৰা
নেভাঙে নেভাঙে
নেযাবা এৰি নেজাওঁ এৰি
জীৱন মৰণে

#Pabho_jora
#dimpy_sonowal
#chandan_das
#Chandan_Das_Assam
#bihu_song #assamese_song

show more

Share/Embed