অসমৰ ইতিসাহত নক্ষত্ৰ হৈ জিলিকি ৰোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি জন্মদিন !
NorthEast Now NorthEast Now
347K subscribers
12,592 views
411

 Published On Oct 11, 2024

📌অসমৰ ইতিসাহত নক্ষত্ৰ হৈ জিলিকি ৰোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি জন্মদিন !
📌একেৰাহে ৩ টা কাৰ্যকালৰ মুখ্যমন্ত্ৰী অথচ নাছিল কোনো অহংকাৰ !
📌৬ বাৰৰ সাংসদ হোৱাৰ লগতে ২ বাৰৰ কেন্দ্ৰীয় মন্ত্ৰী !
📌পত্নীৰ নামত নাছিল চাহ-বাগিছা আৰু অজস্ৰ মাটিবাৰী !
📌পুত্ৰৰ নামত নাছিল কোনো ১৭-১৮ টা কোম্পানী !
📌নাম সাঙোৰ খোৱা নাছিল কোনো কেলেংকাৰীৰে!
📌মিছা কলে কি দাল হ'ব,বাদ দিয়া হে,মনত পৰে নে আপোনাৰো?আকৌ শুনিবলৈ মন নাযায় নে বাৰু ?
Like, share and subscribe our channel.

Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now

show more

Share/Embed