মোদীৰ ৰামৰাজ্যত সাংবাদিক হত্যাকাৰীক আদৰা হ'ল ফুলৰ মালাৰে!
NorthEast Now NorthEast Now
347K subscribers
1,349 views
77

 Published On Premiered 3 hours ago

📌মোদীৰ ৰামৰাজ্যত সাংবাদিক হত্যাকাৰীক আদৰা হ'ল ফুলৰ মালাৰে!
📌এইখনেই আমাৰ সপোনৰ, মৰমৰ গান্ধীজীৰ আদৰ্শৰে পৰিচালিত ভাৰতবৰ্ষ...
📌য’ত হত্যাকাৰীক কাৰাগাৰৰ পৰা ওলাই আহিলে ফুলৰ মালাৰে আদৰি অনা হয়, যুদ্ধ জয় কৰি অহা বীৰৰ দৰে সম্ভাষনো জনোৱা হয়।
📌এইবোৰ আপোনাৰ মোৰ দৰে মানুহৰ কাম হয়,, একাংশ গোবৰ ভক্ত বা অন্ধভক্তৰ কাম....
যিসকলে বেয়া পায় যুক্তি, প্ৰাধান্য নিদিয়ে বিবেকক.....
___________________________________
Like, share and subscribe our channel.

Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now

show more

Share/Embed