মোৰ ছোৱালী কিয় শাৰীৰ প্ৰতি ইমান আকৃষ্ট # pompi # Vlogs # 🥰
Pompi Vlogs Pompi Vlogs
483 subscribers
122 views
0

 Published On Sep 8, 2024

মোৰ ছোৱালীয়ে আগৰ পৰাই অলপ বেলেগ ধৰণৰ কিয়নো , আমাৰ ইয়াত সকলোৱে প্ৰায় নাইটি কুৰত্তা আদি পিন্ধে মই য়ো পিন্ধো কিন্তু মোৰ ছোৱালীয়ে এইয়া পচন্দ নকৰে, ওচৰৰ কোনো বাই শাৰী পিন্ধিলে তাই মোক ক'ব মা তুমি কিয় শাৰী নিপিন্ধা , মই কেতিয়াবা শাৰী পিন্ধিলে তাই সপোন দেখা যেন পাই , এৰা হয় টো শাৰী আমাৰ সাজপাৰ সেইয়া আমি পাহৰি পেলাইছো, আমি বেলেগৰ সাজ-পোছাক আমি আদৰণি জনাইছোঁ নিজৰ খিনিৰ চিনি নোপোৱা হৈছোঁ, মোৰ ছোৱালীয়ে সেই পূৰণা সাজপাৰৰ প্ৰতি বেছি পৰিমাণে আগ্ৰহী , কোনো পূজা পাৰ্বণত তাই শাৰী নহলে যাব নিবিচাৰে সেই দিনা আছিল গনেশ পূজা ৰাতি ৮ বজাত টুপনিৰ পৰা উঠি কান্দি আছে , পূজাত যাব শাৰী পিন্ধি মইয়ো যিমান পাৰো শুনকালে তাইক শাৰী লগাই দিলোঁ , সাধাৰণ মেক আপত কেনে লাগিছে আপোনালোকে জনাবচোন # 🥰

show more

Share/Embed