Jibon Akhan Rail Gari || Junak Zhankar || Rap song | Music Arrangement
Junak Zhankar Junak Zhankar
601 subscribers
273 views
20

 Published On Jul 13, 2024

Jibon Akhan Rail Gari || Junak Zhankar || Rap song | Music Arrangement ‎@goldyumano  2024

Audio Credits
--------------------------------------------------------------------------
Lyrics & Vocal - Junak Zhankar
Music & Mix - Goldy Umano (At Studio Trinayan)
Recording Engineer - Ankur Saikia
Dubbing studio - Sound Jungle
Mastering - Junak Zhankar (At Studio Pentatonic)


*Poster Design & Lyrics video - Mukti

SPECIAL THANKS
---------------------------------------------------------------------------
Rohit Dutta
Simpi Dutta
Barsha Gupta
Digboloy Borthakur
Bitu Hazarika
Atanu Neog
Bikash Pathak
Subrat Dutta
Geet Madhurjya
Sudarshan Mahanta
Gupal Das
Bishwajit Das
Porag Saikia


Lyrics
---------------------------------------------------------------------------
জীৱন এখন ৰেল গাড়ী
গৈ আছে শেষ নাই
চকুলো বোৰ লুণীয়া
খাই আছো টেষ্ট পায়
বুকু ভৰা কথা বোৰ
কৈ আছো শুনি যা
ভাল পোৱা মোৰো আছিল
কলিজাখন মেলি চা
টকা পইচা নাই একো
এতিয়া বেকাৰ
ভাল পালো কি হ’ল
সকলো অসাৰ
ভাত মই এসাঁজ খাও
চলিবলৈ বৰ টান
দোকানত শুধি চাবি
চাউলৰ কিমান দাম
জপনাখন খুলি ল’লো
সোমাই দিলো ভিতৰত
ভালপোৱা ভাৱ আহিল
নিষিদ্ধ মোৰ হৃদয়ত

জ্ঞান মোৰ ভৰি আছিল
লৈ ল’লো পকেটত
লগৰ বোৰো চব আহিল
চাৰিটামান বেকেটত
দুৰ্বল প্ৰেমিকৰ হিয়া ভগা কান্দোন
সান্তনাৰ সাগৰত কোনো নাই আপোন
আকাশলৈ চাই মই কিনো যানো ভাবো
সপোনতো তাইক মই জান বুলি মাতো
পকেটত লাল বাটি
নকৰো খাটি বাটি
চলিআছো যেনতেন
আঁঠুৱা চাই ঠেং মেল
মন আকৌ ডাঙৰ মানুহ
ৰজাৰ দৰে বহি খাই
কেতিয়াবা আকাশ পিনে
পাখি মেলি উৰি যায়
মানুহ বোৰে হাঁহি দিলে
ই বোলে পগলা
খুলি ল’লো নঙলা
সোমাই দিলো বঙলাত
ৰাধা ৰাধা নাম ল’লো
জপ কৰো প্ৰতি পল
দিবলৈ তোমাক থাকি গ’ল
জোনাকত লিখা চিঠি খন
নামি অহা নিশা বোৰত
বহি থাকো কেঁকুৰীত
উচুপি উঠো মই কেতিয়াবা ফেকুঁৰি
যদিও মোৰ নাও চলে যান্ত্ৰণাৰ  পুখুৰীত
শব্দবোৰ চৰি থাকে মই হ’লো প্ৰহৰী
খোজ দিছো নতুনকৈ গজি আছে দুবৰী
আকৌ আহি গান শুনাম তোমাক মই লাহৰি
সপোনবোৰ চৰি থাকে
দৰিকণা পোৱালি
হাত মেলি নাপাবা ঢুকি মোক লাহৰী



















#assamesesong

show more

Share/Embed