খণ্ড ২ ||প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহত || ব্যাখ্যাকাৰ টংক নাথ || ভাগৱত পাঠ ও ব্যাখ্যা ||bhagawart path
ভক্তিৰ  সাগৰ Bhaktir Sagor ভক্তিৰ সাগৰ Bhaktir Sagor
97.7K subscribers
60,690 views
878

 Published On Jun 5, 2023

প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহত
ব্যাখ্যাকাৰ টংক নাথ
#tangkor nath
#tangkar nath
ভাগৱত পাঠ ও ব্যাখ্যা
bhagawart path

জয় গুৰু শংকৰ
ধেমাজি জিলাৰ ধেমাজি আঞ্চলিক শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত আৰু শঙ্কৰ সূৰ্য প্ৰাথমিক শাখা আতিথ্য ত মাহেকীয়া ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা হয়। অনুষ্ঠান ভাগি আত ধৰে আঞ্চলিকৰ সম্পাদক, বিমান বৰা বাপ জন আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা চুমী চলিহা কোঁৱৰ আইগৰাকিয়ে। অনুষ্ঠান ভাগিত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে মন্দীৰা ভৰালী বৰা আই গৰাকী। তেখেতৰ তত্ত্ব গধুৰ বানিৰে সমস্ত জন ভক্তপ্ৰান বাপ আই ক মূদ্ধ কৰিলে।

©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

show more

Share/Embed