ADRE প্ৰশ্নকাকত ভাইৰেল প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য
Pratidin Time Pratidin Time
2.19M subscribers
46,360 views
899

 Published On Sep 17, 2024

ADRE প্ৰশ্নকাকত ভাইৰেল প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য, সংবাদ মাধ্যমলৈ দোষ ঠেলি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া । পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত ফাদিল হোৱাৰ কোনো অৰ্থ নাই। ADREত খুঁত উলিয়াবলৈ একাংশই প্ৰচেষ্টা কৰিছে ,তাত হিমন্ত বিশ্ব শৰ্মাৰ লোকচান নহয় যুৱক- যুৱতী সকলৰ হে লোকচান ।মোক বেয়া পাওক কিন্তু ১১লাখ ল'ৰাছোৱালীক কিয় বেয়া পাইছে


#Pratidintime #assamnews #himnatabiswasarma

show more

Share/Embed