বিজেপি চৰকাৰৰ দিনৰ ‘জনপ্রিয়’ বুলড’জাৰ ন্যায়.....মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
Pratidin Time Pratidin Time
2.19M subscribers
29,874 views
546

 Published On Sep 18, 2024

‘বুলড’জাৰ ন্যায়ক’ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থগিত
বিজেপি চৰকাৰৰ দিনৰ ‘জনপ্রিয়’ বুলড’জাৰ ন্যায়
মুছলমান ‘দোষী’ হ’লেই বুলড’জাৰেৰে ঘৰ ভঙা আৰম্ভ
অসমৰ বটদ্রৱাতো বুলড’জাৰেৰে ঘৰ ভাঙিছিলে
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চৰকাৰে আকৌ বান্ধিব লগা হ’ল ঘৰ
উত্তৰ ভাৰতত এতিয়া ‘বুলড’জাৰ ন্যায়’ জনপ্রিয় ব্যৱস্থা
কিবা চেলু উলিয়াই ‘মুছলমান অপৰাধী’ৰ ঘৰ ভাঙে
১৫ দিনৰ স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ
ৰাজহুৱা স্থানৰ বে-দখল আঁতৰাব পাৰিব
চৰকাৰে সস্তীয়া জনপ্রিয়তা ল’ব নালাগে
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

#pratidintime #assam #bisleshan

show more

Share/Embed