XOPUN KUWORI | MONTU MONI SAIKIA | SUNIT GOGOI | PALASH GOGOI | GOGONA IX | 2023
Montu Moni Saikia Montu Moni Saikia
448K subscribers
836,977 views
12K

 Published On Premiered Mar 18, 2023

#সপোন_কুৱঁৰী #মন্টুমনি_শইকীয়া

MMS CREATION PRESENTS...
Song : Xopun Kuwori
Album : Gogana Vol- IX "2023"
Singer : Montu Moni Saikia
Composition : Montu Moni Saikia & Palash Gogoi
Lyrics : Sunit Gogoi
Music : Palash Gogoi
Flute : Anjan Medhi
Mix-Mastered : Diganta Bordoloi
Lyrical : Himanil Kashyap Saikia
Poster Design : Partha jit Hira
Photography : Priyam Pratim Kashyap
Photo studio : Glamour World by Richa Kalita
Dubbing & Mixing Studio : Studio Audioholic
Live Show Management : Lakhindra Barua

Special thanks to Maa, Deuta, Jintu, Mainu, Ujjal, Rex Boro, Deepshikha Bora

©®Montu Moni Saikia official. All Rights Reserved.

#Xopun_Kuwori #Montu_moni_saikia
#Gogana_vol_IX

NOTE : Any illegal Reproduction or Re-publish of this Content in any from will Result in immediate action against the person concern..

Lyrics 👇
মৰম তই দিবিনে , মৰম তই ল'বিনে
মই যদি তোৰে হওঁ তই মোৰে হ'বিনে ?!
সোণ বুলি মাতিলে , এবুকু আৱেগে
জান বুলি মোকে তই সাৱটি ল'বিনে?!
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই.....
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!


ফাগুনী পচোৱা এচাটি যেতিয়া বয়
গছৰ পাত বাউলি হয় !
মৰমৰ মলয়া বোৱালি তই
থাকিব পাৰোনে ৰৈ !?
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই.....
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!


চকুতে চকু থৈ অ'ই ৰহেদৈ ,
অ' মোৰ ৰহেদৈ
কলিজা চুৰ কৰিলি তই !
নিজৰেই কৰিলি অ'ই ৰহেদৈ , অ' মোৰ ৰহেদৈ
গমকেচোন নাপালো মই !!
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই.....
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!

show more

Share/Embed