মাতৃ-সন্তানক লৈয়ে বিশেষ অনুষ্ঠান, জুবি শইকীয়াৰ সৈতে ‘মা’....
Pratidin Time Pratidin Time
2.19M subscribers
122,678 views
1.8K

 Published On May 20, 2024

‘মা’ পৃথিৱীৰ আটাইতকৈ মধুৰ এটা শব্দ
কিন্তু ‘মা’ মাথোঁ এটা শব্দই নহয়
এক নিস্বাৰ্থ অনুভূতি, এক আশীৰ্বাদ
মাতৃ আৰু সন্তানৰ সম্পৰ্কই সুকীয়া
মাতৃ-সন্তানক লৈয়ে বিশেষ অনুষ্ঠান
ষ্টুডিঅ’ত অসমৰ ৪গৰাকী জনপ্রিয় অভিনেত্রী
নিশিতা গোস্বামী, অমৃতা গগৈ, প্রীতিকংকনা আৰু শিল্পীশিখা দেৱী
অভিনেত্রীৰ লগতে চাৰিও একো একোগৰাকী মাতৃ
অভিনয় জীৱনৰ সমান্তৰালকৈ কেনেকৈ দায়িত্ব পালন কৰিছে সন্তানৰ?
প্রতিগৰাকীয়ে ব্যক্ত কৰিলে মাতৃত্ব জীৱনৰ অভিজ্ঞতা
লগতে ক’ব সন্তানক কোলাত লৈয়ো শ্বুটিঙলৈ যোৱাৰ অভিজ্ঞতা
জুবি শইকীয়াৰ সৈতে ‘মা’


#PratidinTime #maa #assam

show more

Share/Embed