এইটো কৰিলে সহজতে টকা আহিবই আহিব / জীৱন সলনি কৰা এটা Access Baars / Deepshikha Sarmah Interview
Chifung Suriya Jatra Chifung Suriya Jatra
59.4K subscribers
23,400 views
453

 Published On Jun 15, 2024

#chifungsuriyajatra #accessbars #Deepshikhasarmah

বুকিং ফোন নম্বৰ Deepshikha sarma = +91 84863 92528

Access bars নিজে শিকি কৰিছো কাৰণেই ভাল বুলি নকওঁ। প্ৰথমে নিজেও বেলেগৰ পৰা ল'বলৈহে গৈছিলো। ভাল পালো, পৰিবৰ্তন আহিল কাৰণে শিকিলো আৰু বহুতৰ কাৰণে ভাল কৰিব চেষ্টা কৰিছো। ইমান মানুহে পৰিৱৰ্তন পাইছে সকলোৱে পাব। এবাৰ চাব। জুন মাহৰ ২৩ তাৰিখে নগাঁৱলৈ যাম Class আৰু session দিবলৈ। নগাঁৱৰ লগতে ওচৰৰ সকলে যোগাযোগ কৰিব পাৰে।ফোন নম্বৰ- 8486392528

show more

Share/Embed