সদায় তুলসী গছৰ ওচৰত লওক এই মন্ত্ৰ | দৰিদ্ৰতা দূৰ হৈ যাব | ধনৰ বৰষুণ হ'ব |krishna bani
SPIRITUAL ASSAM SPIRITUAL ASSAM
78K subscribers
151,589 views
4K

 Published On Mar 3, 2024

তুলসী গছত পানী ঢালোতে কি মন্ত্র মাতিব লাগে | আপুনিও শিকি লওক, দৰিদ্ৰতা দূৰ হৈ যাব | krishna bani


About this video- হিন্দু ধৰ্মত তুলসী গছক খুবেই পবিত্ৰ বুলি পূজা কৰা হয়। তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে বুলি আমি বিশ্বাস কৰো। আজি আপুনি জানিব পাৰিব, তুলসীগছত জ্বল অৰ্পন কৰাৰ সময়ত মাতিব লগীয়া মন্ত্ৰটোৰ কথা। যি কথা ভগৱান শ্ৰীকৃষ্ণই কৈছিল দেৱী সত্যভামাক।



#spiritualassam
#spiritualassammotivation
#spiritualassamvideos
#tulshi
#tulshipuja
#mantra
#tulsi
#motivation
#krishnavani
#krishna
#assamese
#story

show more

Share/Embed