"সোণালী অসম”বিহুৱা দলটি আজিৰেপৰা এক নতুন খোজ দিছোঁ।আমাৰ দলটিক পাবলৈ ৮৪৭১৯২৯২৪৩ নম্বৰটোত যোগাযোগ কৰিব
Munukon Gogoi OFFICIAL Munukon Gogoi OFFICIAL
20.3K subscribers
1,592 views
116

 Published On Sep 27, 2024

নমস্কাৰ🙏
"সোণালী অসম" বিহুৱা দলটি আজিৰে(২৭/০৯/২০২৪) পৰা এক নতুন খোজ দিছোঁ। আশা কৰিছোঁ এইক্ষেত্ৰত আপোনালোকে আমাৰ সোণালী অসম হৰি নামৰ দলটিক যেনেকৈ আকোৱালি লৈছে ঠিক সেইদৰে বিহু দলটিকো আকোঁৱালি ল'ব বুলি । এই ক্ষেত্ৰত আপোনালোকৰ পৰা অকমান মৰম, আশীৰ্বাদ প্ৰয়োজন।
আমাৰ দলটিক পাবৰ বাবে তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব।
৮৪৭১৯২৯২৪৩

#bapujikonwar
#bihu2024
#munukongogoi

show more

Share/Embed