জন্ম দিয়েই দেখা নাপালে সন্তান, চৰকাৰী মেডিকেল কলেজত চলে কি?
NKTV PLUS NKTV PLUS
632K subscribers
29,373 views
184

 Published On Sep 25, 2024

▶️২০১৫ত জন্ম দিয়া নিজৰ সন্তান বিচাৰি হাবাথুৰি খাইছে এগৰাকী মহিলাই। JMCHত সন্তান জন্ম দিয়াৰ পিছত কৌশলেৰে মহিলাগৰাকীক অন্য মৃত সন্তান চমজাই দিয়াৰ অভিযোগ। কলকাতাৰ ফৰেন্সিকত DNA পৰীক্ষাৰ প্ৰতিবেদন লাভৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। ৯ বছৰে জন্ম দিয়া সন্তানৰ বাবে ন্যায় বিচাৰি এইদৰে অপেক্ষা কৰিছে মাতৃয়ে।

show more

Share/Embed