মাংস খোৱাটো পাপ নে পুণ্য? ঈশ্বৰে জীৱবোৰ মানুহৰ খাদ্য হিচাপে সৃষ্টি কৰিছিল নেকি?
Kakati Creation Kakati Creation
103K subscribers
18,463 views
242

 Published On Aug 15, 2024

Title 👉 মাংস খোৱাটো পাপ নে পুণ্য? ঈশ্বৰে জীৱবোৰ মানুহৰ খাদ্য হিচাপে সৃষ্টি কৰিছিল নেকি?

মাংস খোৱাটো পাপ নে পুণ্য? এইটো এটা অতি বিতৰ্কৰ বিষয়। আমাৰ সমাজত বহুতেই জীৱ হত্যা কৰি মাংস খোৱাটো অনুচিত বুলি গণ্য কৰে। আনহাতে আন বহুতেই মাংস খোৱাত কোনো পাপ নাই বুলি গণ্য কৰে আৰু মাংস ভোজন কৰাটো মানুহৰ বাবে অতি প্ৰয়োজনীয় বুলি ভাবে। তেন্তে ঈশ্বৰে মানুহৰ ভোজনৰ বাবেই এই জীৱবোৰ সৃষ্টি কৰিছিল নেকি? আজি আমি এই প্ৰসংগতে ভগৱান শ্ৰীকৃষ্ণই কোৱা এটা সুন্দৰ কাহিনী ক'বলৈ লৈছো। এই কাহিনীৰ জৰিয়তে আমি জানিব পাৰিম যে, মানুহে জীৱ হত্যা কৰি মাংস খোৱা উচিত নে অনুচিত।

আহকচোন আজি আমিও ভগৱান শ্ৰীকৃষ্ণই কোৱা সেই কাহিনী জানো।

Your queries -

মাংস খোৱাটো পাপ নে পুণ্য
ঈশ্বৰে জীৱবোৰ মানুহৰ খাদ্য হিচাপে সৃষ্টি কৰিছিল নেকি
আধ্যাত্মিক তত্ত্ব
ভক্তি তত্ত্ব
কাকতি চেনেল
কাকতি ক্ৰিয়েচন
Kakoti Creation
kakati creation
kakati channel
পৌৰাণিক কাহিনী
Assamese story
Assamese stories
Assamese motivational story
---------------------------------
বি.দ্ৰ :::: ভিডিঅত ব্যৱহৃত ভিডিঅৰ অংশ YouTubeৰ পৰা লোৱা হৈছে, কাহিনী, চিত্ৰ আৰু সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে ।
Video content 👉

এই ভিডিঅটো সম্পূৰ্ণৰূপে মোবাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ।
Music 👉
.........................................
Kakati Creation চেনেলত উপলব্ধ অন্যান্য কাহিনী 👉

👉 মানুহৰ ভাগ্য কেতিয়া নিৰ্ধাৰণ হয়
   • মানুহৰ ভাগ্য কেতিয়া নিৰ্ধাৰণ হয়? ভা...  

👉 কিয় ভাল মানুহ সদায় দুখী হয়
   • কিয় ভাল মানুহ সদায় দুখী হয়? আৰু বে...  

👉 ভগৱান শিৱই কৈছিল
   • ভগৱান শিৱই কৈছিল। শাওন মাহত এই পাঁচজন...  

👉 দুখীয়াৰ দুখ কেতিয়াও নুগুচে কিয়
   • দুখীয়াৰ দুখ কেতিয়াও নুগুচে কিয়? ভগ...  
---------------------------------
#মাংস_খোৱাটো_পাপ_নে_পুণ্য
#ঈশ্বৰে_জীৱবোৰ_মানুহৰ_খাদ্য_হিচাপে_সৃষ্টি_কৰিছিল_নেকি
আধ্যাত্মিক তত্ত্ব
#কাকতি_ক্ৰিয়েচন
#কাকতি_চেনেল
#Kakoti_Creation
#Kakati_Creation
#Kakati_Channel
#আধ্যাত্মিক_তত্ত্ব
#ভক্তি_তত্ত্ব
#ভক্তি_ৰস
#পৌৰাণিক_কাহিনী
#Assamese_story

show more

Share/Embed