কি কি দোষৰ কাৰণে মানুহৰ জীৱন ধংস হয়? KRISHNA MOTIVATIONAL SPEECH | KRISHNA VANI |
Motivator Niranjan Motivator Niranjan
239K subscribers
27,483 views
810

 Published On Aug 17, 2023

কি কি দোষৰ কাৰণে মানুহৰ জীৱন ধংস হয়? KRISHNA MOTIVATIONAL SPEECH | KRISHNA VANI |
About this video:
Explained some reasons why people destroy their life.
এই ভিডিঅ'টো এটি সুন্দৰ কাহিনীৰে উপস্থাপন কৰা হৈছে। আপুনি খুব সুন্দৰকৈ বুজিব পাৰিব যে মানুহৰ ধংসৰ আচল কাৰণ কি? আৰু আপুনি কেতিয়াও বিপদত নপৰে। শ্ৰীমদভগৱদ্গীতাত ভগৱান শ্ৰীকৃষ্ণই এই বিষয়ে কি কৈছে। গতিকে ভিডিঅ'টো আধৰুৱাকৈ নাচাব আৰু আপুনি যদি ভগৱান শ্ৰীকৃষ্ণ বিশ্বাসী তেন্তে আপুনি ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণকৈ চাব। ধন্যবাদ।
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.

Contact for:
Content Writing
Motivational Speech
Voice Over
Ph: 8638312394, E-mail: [email protected]
YouTube Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
#motivatorniranjan
#assamesemotivationalvideo
#krishnamativationalspeech
#krishnavani
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani

show more

Share/Embed