Hobihomi Creation - DUPAKHITE [ Official Video ]
Hobihomi Creation Hobihomi Creation
205 subscribers
429 views
65

 Published On Dec 31, 2021

'DUPAKHITE'
.
.
.
Singer : Indira Devi
Lyrics : Rinumoni Baruah
Tune : Manash Jyoti Borah ( Bubu)
Music Designed by : Manash Jyoti Borah ( Bubu)
Guitar : Broj Phukan
Fluit : Durgeswar Borah
Orchestration : Manash Jyoti Borah ( Bubu)
Recording studio : Audio World, Jorhat.
Mix & Master : Jatin Sarmah
Studio Geet Audio Craft, Mumbai.
Animation design : Arindam K. Dutta

Special thanks to Rupa Borah,
Kankan Koushik, Rupkumar Borah


দুপাখিতে গুজি দিলোঁ,
মনৰ কথা
লৈ যা অ’ পখী লৈ যা
সিচি দিলোঁ মেলি হিয়াৰ আকাশ
এমুঠি তৰা
গাঁঠি দিলোঁ আলফুলে
চুই চা অ’ লৈ যা
মোৰ মনৰ কথা
হিয়াত সাঁচি ৰখা ৷

কপালতে ওমলে মেঘৰ বৰণ চুলি
চিকুণ গালত খেলে
পুৱাৰ ৰাঙলী বেলি
দুটি ওঁঠৰ হাঁহিত মুকুতাৰে খেলা
কৈ আহ তেওঁক কৈ আহ
মোৰ মনৰ কথা হিয়াত সাঁচি ৰখা ৷

সজল সজল চকুত আহিনৰে আৱেলি
চাৱনিতে ফুলে শেৱালি কোমল কলি
আশাৰে নতুন পাহি মেলি
লৈ আহ অ’ লৈ আহ
তাৰ সুবাস মাথোঁ মোৰ বাবেই সঁচা ৷


* * *

show more

Share/Embed