2 September 2020
Santi সংস্কৃতি Santi সংস্কৃতি
3.02K subscribers
2,630 views
396

 Published On Sep 2, 2020

কৃষ্ণ🙏 সকলোঁলৈকে পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনাই santi সংস্কৃতি channel ৰ তৰফৰ পৰা আপোনালোকক এই ভক্তিমূলক গীতটি আগবঢ়ালোঁ। আমাৰ এই video চাই যদি‌ ভাল পায় তেন্তে আমাৰ videoটি like, comment share লগতে আমাৰ channle টো subscribe কৰিদিব যাতে আমাৰ আহিব লগীয়া video সমোহ আপোনালোকে চাব পাৰে। লগতে আমাৰ ৰৈ যোৱা ভূল বোৰ শুধৰাইদি আমাক আগবঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।

আমি আজি আগবঢ়াই দিয়া videoটি গোলাঘাট জিলাৰ অন্তৰ্গত এলেঙমূৰিয়া গাঁৱৰ ৰাহুল কলিতা নামৰ‌ দাদা জনৰ ঘৰত videotu কৰিছিলোঁ এইছেগতে তেওঁ লগতে তেওঁ পৰিয়াললৈ আমি অশেষ ধন্যবাদ জনাইছো তেওঁলোকে আমাক ইমানখিনি সহায় আবঢ়ায় দিয়াৰ বাবে।

আজি আমি আগবঢ়াই দিয়া videoti কথা আৰু সুৰ কৰিছে আদিত্য বৰা । বাঁহীত আমাক সহযোগ কৰিছে মানস বৰা । নেগেৰাত সহযোগ কৰিছে কংকন জ্যোতি ফুকন। সৰুতালত মৃগাংগ কলিতা । বৰ তালত জুবিন বৰা। নামতি শান্তিপ্ৰিয়া শইকীয়া।সহযোগী শিল্পী হিচাপে আছে ক্ৰমে প্ৰণামি হাজৰিকা, জুবলি বৰুৱা,মায়াশ্ৰী দত্ত,ধৰিত্ৰী বৰা, গায়ত্ৰী দাস, মুনমী দত্ত।

আমাৰ videoটিত camera কৰিছে ৰণি হাজৰিকা edit কৰিছে অংকিত বৰা

আমাৰ videoti ৰ director হিচাপে আছে মানস প্ৰতীম বৰা

সকলোকৈকে ধন্যবাদ জনায় আমাৰ videotiআপোনালোকলৈ আগবঢ়াই দি আদৰি লব বুলি আশা ৰাখিলোঁ ধন্যবাদ🙏

show more

Share/Embed