সীতাই কি পাপকৰ্ম কৰিছিল? সীতা কিয় বনবাসলৈ যাবলগা হৈছিল? Sita Ram.
Kakati Creation Kakati Creation
103K subscribers
91,441 views
1.4K

 Published On Jul 17, 2023

Title 👉 সীতাই কি পাপকৰ্ম কৰিছিল? সীতা কিয় বনবাসলৈ যাবলগা হৈছিল? Sita Ram.

ৰামায়নৰ কাহিনী অনুসৰি শ্ৰীৰামে এজন ধোবাৰ কথা শুনি নিজৰ পত্নী সীতাক বনবাস দিছিল। কোৱা হয় যে এটা পাপকৰ্ম কৰাৰ বাবেই সীতাই বনবাসৰ শাস্তি ভোগ কৰিবলগা হৈছিল। সীতাইনো এনে কি পাপকৰ্ম কৰিছিল, যাৰবাবে ৰামে পৰিত্যাগ কৰি বনবাসলৈ পঠাই দিছিল? আৰু সেই ধোবাটোনো কোন আছিল, যাৰ কথা শুনিয়েই ৰামে সীতাৰ প্ৰতি এনে কঠোৰ সিদ্ধান্ত লৈছিল? আৰু ৰাজৰাণী হোৱাৰ পাছতো বনৰ মাজত জীৱন অতিবাহিত কৰিবলগা হৈছিল। আজি আমি সীতাই কৰা সেই পাপকৰ্মৰ বিষয়েই ক'বলৈ লৈছো।

Your Queries -

সীতাই কি পাপকৰ্ম কৰিছিল
সীতা কিয় বনবাসলৈ যাবলগা হৈছিল
Sita Ram
Ramayan Katha
Kakati Creation
Kakati Channel
Kakoti Creation
কাকতি চেনেল
কাকতি ক্ৰিয়েচন
পৌৰাণিক কাহিনী
ভক্তি তত্ত্ব
ভক্তি ৰস
আধ্যাত্মিক তত্ত্ব

বি.দ্ৰ :::: ভিডিঅত ব্যৱহৃত ভিডিঅৰ অংশ YouTubeৰ পৰা লোৱা হৈছে, চিত্ৰ আৰু সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে ।
এই ভিডিঅটো সম্পূৰ্ণৰূপে মোবাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ।
Music 👉 Himalayan flute song
.........................................
Kakati Creation চেনেলত উপলব্ধ অন্যান্য কাহিনী 👉

#ভগৱান_বিষ্ণুৰ_পাতালত_বাস_কৰা_কথা
   • ভগৱান বিষ্ণুৰ পাতালত বাস কৰা কথা, Why...  
...............................................
#বাৰ_বৈষ্ণৱৰ_কথা
   • বাৰ বৈষ্ণৱৰ কথা। বাৰ বৈষ্ণৱ কোন আছিল?...  
................................................
#ৰামৰ_লক্ষ্মণ_বৰ্জন
   • ৰামৰ লক্ষ্মণ বৰ্জন। শ্ৰীৰামৰ বৈকুণ্ঠপ...  
...............................................
#অহল্যা_আৰু_ইন্দ্ৰৰ_প্ৰেম_কাহিনী
   • অহল্যা আৰু ইন্দ্ৰৰ প্ৰেম কাহিনী। Stor...  
................................................
Channel Link 👉
   / kakaticreation  

Facebook Link 👉
  / jayanta.kakati.90   .

Contact Mail 👉
[email protected]
..............................................
#সীতা_কিয়_বনবাসলৈ_যাবলগা_হৈছিল
#সীতাই_কি_পাপকৰ্ম_কৰিছিল
#সীতাৰ_বনবাস
#শ্ৰীৰাম
#সীতা
#Sita_Ram
#Ramayan_Katha
#Kakati_Creation
#Kakati_Channel
#Kakoti_Creation
#কাকতি_চেনেল
#কাকতি_ক্ৰিয়েচন
#পৌৰাণিক_কাহিনী
#ভক্তি_তত্ত্ব
#ভক্তি_ৰস
#আধ্যাত্মিক_তত্ত্ব

show more

Share/Embed