*মহাবিদ্যালয়লৈ অহা যোৱা কৰা ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে শ্ৰেণী কোঠা এৰি প্ৰতিবাদত ছাত্ৰ ছাত্ৰী
NE TIME 24 NE TIME 24
10.6K subscribers
126 views
2

 Published On Aug 8, 2024

মহাবিদ্যালয়লৈ অহা যোৱা কৰা ৰাস্তাৰ জৰাজীৰ্ণ অবস্থাৰ বাবে শ্ৰেণী কঠা এৰি প্ৰতিবাদত নামিল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ।।।

ধুবুৰী জিলা তামাৰহাটৰ শ্ৰেণী কোঠা এৰি প্ৰতিবাদত নামিল হাতীধুৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ।।

মহাবিদ্যালয়লৈ যোৱা পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে পথাচাৰি সকল ।।

প্ৰতিদিনে শ্ৰেণীলৈ আহোতে পিছলি পৰি ঘৰলৈ উভতি যাব লগা হয় ছাত্ৰ ছাত্ৰী সকলে ।।

তামাৰহাট গাঁও পঞ্চায়ত আৰু হাতীধুৰা উন্নয়ন খণ্ডৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত অৱস্থিত পথছোৱাদি হাতীধুৰা বজাৰ, মন্দিৰ, মজসিদ, সত্ৰ আদি কৰি কেইবাটাও চৰকাৰী কাৰ্য্যালয়ৰ লগতে হাতীধুৰা শংকৰ-আজান আদর্শ বিদ্যালয়,হাতীধুৰা চিনিয়ৰ চেকণ্ডাৰী স্কুল, হাতীধুৰা পাব্লিক স্কুল, ১১৭ নং শাপমাৰী জেবি স্কুল যোৱাৰ একমাত্ৰ পথৰ জৰাজীৰ্ণ অবস্থা ।।

পথচোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত আজি ক্ষুব্ধ ছাত্র ছাত্ৰীয়ে বিভিন্ন শ্লোগান আৰু পথত কঠিয়া ৰুই প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে ।।

Byte:- ১/ মনছেৰ আলী, সাধাৰণ সম্পাদক হাতীধুৰা মহাবিদ্যালয়
২/ স্থানীয় ব্যক্তি ।

তাপস সৰকাৰৰ সহযোগত চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট ।।

show more

Share/Embed