জাতিলাও,কলডিল,বাহু মাছ,পাতত দিয়া মাছৰ সৈতে এসাঁজ। fish recipe
Lomo bhai vlogs Lomo bhai vlogs
419 subscribers
813 views
67

 Published On Sep 9, 2022

জাতিলাও,কলডিল,বাহু মাছ,পাতত দিয়া মাছৰ সৈতে এসাঁজ।
Lomo bhai vlogs channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক সংস্কৃতি ,খেতি বাতি,খাদ্য প্ৰণালী,জীৱন-ধাৰণ প্ৰণালী,উৎসৱ পাৰ্বন,প্ৰাকৃতিক সৌন্দৰ্য্য, চৰাই চিৰিকটি,শাক পাচলি ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে ।গতিকে আমাৰ এই বিলাক নিয়ম নীতিৰ ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে ।মোৰ channel টোৰ জৰিয়তে কাৰোবাৰ Community বা Society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম ।তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে ।গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম,চেনেহ,আশীৰ্বাদ বিচাৰি নতুন Video এটা দিবলৈ ওলাইছোঁ। আশা কৰোঁ আদৰি লব ।
মৰমৰ "Lomo bhai vlogs"
Our Facebook link-  / amarjit.gogoi  .
#villagelifestyle#fishrecipe#lomobhaivlogs#villagecooking#villagekitchen#

show more

Share/Embed