Kaliabor College Song Track
Pinakki Das Pinakki Das
66 subscribers
101 views
9

 Published On Sep 3, 2024

মহাবিদ্যালয় সংগীত
কথা - ড° অমৰজ্যোতি চৌধুৰী
সুৰ আৰু সংগীত পৰিচালনা - পৰাণ জ'জ'

ৰূপকথাৰ এই ৰহঘৰা
শংকৰী কৃষ্টিৰ উজ্বল চ'ৰা
সেৱাৰ বুৰঞ্জীৰ অনুপম ঘৰ
সাহিত্য, প্ৰযুক্তিৰ জীপাল চৰ
সেউজৰ এই অনাবিল নিলয়
এয়ে কলিয়াবৰ মহাবিদ্যালয়


কৰো জ্ঞান, মূল্যবোধ
ইয়াতেই নিৰ্মাণ
জ্ঞানৰ ব্যাপ্তি, কৰ্ম সংস্থাপন
মানুহ গঢ়াৰো তুলি লওঁ নিচান
সেউজ ভৱিষ্যৰ সুৰ আৰু লয়
এয়ে কলিয়াবৰ মহাবিদ্যালয়

আপোন কৰো উদ্ভাৱনৰ কৃষ্টি
সত্য, অন্বেষণ বিজ্ঞান দৃষ্টি
তাৰে মানৱ সেৱাই যাৰ লক্ষ্য, দিগ্বলয়
এয়ে কলিয়াবৰ মহাবিদ্যালয় ।

show more

Share/Embed