সত্যৰঞ্জন বৰাৰ First love কোন? আমেৰিকালৈ কিয় গৈছিল তেওঁ? শংকৰ গুৰু কিয় মহাপুৰুষ?
Real Reaction Real Reaction
40.7K subscribers
3,665 views
63

 Published On Sep 18, 2024

সত্যৰঞ্জন বৰাৰ First love কোন ? আমেৰিকালৈ কিয় গৈছিল তেওঁ ? শ্ৰীমন্ত শংকৰ গুৰু কিয় মহাপুৰুষ ?
A heart touching speech of Satyaranjan Bora About Srimant Sankardev at Royel Globel University (Guwahati).

কট্টৰ হিন্দু বুলি সত্যৰঞ্জন বৰাৰ এটা বদনাম আছে । তেওঁ বিভিন্ন সময়ত ইছলাম ধৰ্ম সম্পৰ্কে নানা সমালোচনামূলক বক্তব্যও ৰাখি আহিছে যাৰ বাবে বহু ইছলামধৰ্মী লোকৰ ওচৰত তেওঁ ইছলামৰ শত্ৰু হিচাপে চিহ্নিত হৈ আহিছে । কিন্ত যিসকলে তেওঁক সুক্ষ্মভাৱে নিৰীক্ষণ কৰি তেওঁক বুজিবলৈ যত্ন কৰিছে সেইসকলৰ বাবে তেওঁ যেন অন্য এক সত্যৰঞ্জন বৰা । এই ভিডিঅটিত তেওঁ মহাপুৰুষ শংকৰদেৱৰ বিষয়ে এটা বক্তৃতা প্ৰদান কৰিছে । আচলতে ই তেখেতৰ Royel Globel University ত প্ৰদান কৰা শংকৰদেৱ শম্পৰ্কীয় এটা সুন্দৰ আৰু অৰ্থবহ বক্তৃতা । সত্ৰ নামঘৰৰ পৰিধী অতিক্ৰমী গুৰুজনাক বিস্বমানসত প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজনীয়তা এই বক্তৃতাত প্ৰকাশ পাইছে ।

#satyaranjanbora
#hinduism
#assamesenews
#assamesefolkculture
#sankardev
#assampolitics
#news18assamne
#speech


Hi,
I am Ratul Das Sarania. Welcome to my youtube channel real reaction. Thankyou so much.

About my channel
This is a channel in which we are going to take interview about artists, litterateurs, singers, lyricists etc. and many others so that we can present different perspectives in front of the audiences. Apart from that also we are trying to show various contemporary issues including literature, culture, different incidents, events etc.and so on.



My social link
Blog- www.digitaldream24.in

face book-   / ratul.sarania.925  

Page -   / digital-dream-646817742488603  

Twiter- https://twitter.com/RatulDasSarani1?s=08

Instagram-   / ratuldassarania  

e-mail- [email protected]

show more

Share/Embed