ৰজা-মহাৰজা আহিব, তেওঁলোকৰ কাৰণে ৰাস্তা বনাই আছে নেকি?
NKTV PLUS NKTV PLUS
621K subscribers
25,137 views
734

 Published On Jul 3, 2022

▶️ৰজা-মহাৰজা আহিব, তেওঁলোকৰ কাৰণে ৰাস্তা বনাই আছে নেকি?
▶️ যেতিয়া উন্নয়ন নোহোৱা গাওঁ এখনত এঘাৰ বাৰ জন মানুহ মৰিব তেতিয়া ৰাস্তা বনাব নেকি?
▶️ জিলাখনৰ সকলোতকৈ বেছি ধন আবন্টন হোৱা লাহৰিঘাট উন্নয়ন খণ্ডত কামৰ বাবে নাই ধন। সেইবাবে পঞ্চায়ত সভাপতিয়ে নিজৰ ধনেৰে মেৰামতি কৰিছে পথৰ।

show more

Share/Embed