Mati Akhora// মাটি আখৰা// Ground excercise//
dipjyotidipankar sattriya dipjyotidipankar sattriya
11.6K subscribers
58,091 views
521

 Published On Aug 7, 2022

#matiakhora #sattriya #groundexcercise #Manikanchan #danceschool #dipjyotidipankar

আজিৰ পৰা প্ৰায় ৫০০ বছৰ আগতেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমৰ জনজীৱনত এক সু-স্বাস্থ্যৰ অধিকাৰী হব পৰাকৈ মাটি আখৰা প্ৰবৰ্তন কৰিছিল । প্ৰতিজন সত্ৰীয়া নৃত্যশল্পীয়ে মাটি আখৰা অভ্যাস কৰে, মাটি আখৰাই শৰীৰৰ যথৰতা আঁতৰাই শৰীৰটো নৃত্যৰ বাবে উপযোগী কৰি তোলে। । গতিকে আমি ভাবো এই মাটি আখৰাৰ যিখিনি লন আছে কেৱল নৃত্যশিল্পীৰে নহয় সকলোৰে বাবে উপযোগী। আপোনালোকেও অলপ চেষ্টা কৰি চাব পাৰে ।
গুৰুজনাৰ সৃষ্টিৰাজিক সন্মান জনাই আমাৰ কেইগৰাকীমান ছাত্ৰীৰ প্ৰয়াস আপোনালোকলৈ আগবঢ়ালোঁ।

#Sattriya #indianclassicaldance #অসম #Assam #srimantashankardev #sattriyadance #dipjyotidipankarsattriya #yoga #মাটি_আখৰা

show more

Share/Embed