Published On Mar 2, 2024
MON JAI URI || Abinash Gayan || Prod. Pankaj PuNK || Official Audio || SSS Presents
Available On All Platforms
https://song.link/i/1734573210
Vocal / Lyrics & Compose - Abinash Gayan
Music / Sounds Mix - Pankaj PuNK
Video & Gfx - Tywangxu
Presents - SSS (Studio Sun Shine)
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
Abinash Gayan :-
IG - https://instagram.com/its_abinashgaya...
FB - https://www.facebook.com/abinash.gaya...
Pankaj PuNK :-
IG - https://www.instagram.com/_pankaj_pun...
FB - https://www.facebook.com/pankajpunk.d...
Tywangxu :-
IG - https://www.instagram.com/_.tywangxu?...
FB - https://www.facebook.com/kenechiyan.r...
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
Lyrics Of Song (MON JAI URI) :-
সৰগৰে পৰি তুমি
নামি আহি লোৱা সাৱটি
বিৰিঙিব ওঁঠতে হাঁহি মোৰ
মোৰ দুচকুৰে ভাজতে তোমাৰে ছবিটি ভাঁহে
মন আকাশে যায় উৰি
সৰগৰে পৰি তুমি
নামি আহি লোৱা সাৱটি
বিৰিঙিব ওঁঠতে হাঁহি
মোৰ দুচকুৰে ভাজতে তোমাৰে ছবিটি ভাঁহে
মন আকাশে যায় উৰি
(তুমি সপোনতে ৰ'লাহি
মোৰ বুকুতে সোমালাহি) x2
আজিও তোমালৈ আছোঁ জানা মই ৰৈ
হেজাৰ সপোন জানা তোমাকে লৈ
না না না না..
🎶🎶🎶🎶🎶
মোৰ প্ৰেমৰে পৃথিৱীৰ তুমি ৰাণী
তোমাৰে মোৰে হ'ব কাহিনী
হিয়াৰে কোণতে ৰোৱাহি
দুহাতে খামুচি ধৰাহি
কিমান আৰু দেখিম তোমাৰ সপোন
লোৱানা কৰি মোকে আপোন
আজিও তোমালৈ আছোঁ জানা মই ৰৈ
হেজাৰ সপোন জানা তোমাকে লৈ
না না না না..
🎶🎶🎶🎶🎶
#MonJaiUri #Abinash #PankajPunk