গুণোৎসৱতে ওলাই পৰিল বহু বিদ্যালয়ৰ পয়ালগা ৰূপ
NKTV PLUS NKTV PLUS
635K subscribers
5,274 views
74

 Published On May 13, 2022

▶️ছাত্ৰ–ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে অনুষ্ঠিত হৈছে গুণোৎসৱ। পিছে এই গুণোৎসৱতে ওলাই পৰিছে বহু বিদ্যালয়ৰ পয়ালগা ৰূপ। কি অৱস্থাত ছাত্ৰ–ছাত্ৰীয়ে পাঠগ্ৰহণ কৰিবলগীয়া হৈছে সেয়া দেখিলে চকু কপালত উঠিব আপোনাৰ।

show more

Share/Embed