আছু অসমৰ অভিভাৱক নহয়-স্পষ্ট কৰিলে পৰেশ অসমে
Update Now Update Now
22.5K subscribers
57,960 views
1.1K

 Published On Sep 27, 2024

আছুৰ স্থিতিক লৈ ক্ষোভিত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসম ৬নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণক লৈ চৰকাৰ-আছুৰ বৈঠক সন্দৰ্ভত Update Nowৰে কথা-বাৰ্তা মুখ্য সেনাধ্যক্ষগৰাকীৰ
আছু অসমৰ অভিভাৱক নহয়-স্পষ্ট কৰিলে পৰেশ অসমে
“অসম আন্দোলনত কেৱল আছুৰ সদস্যই শ্বহীদ হোৱা নাছিল”
আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্যক লৈ ক্ষোভ প্ৰকাশ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষৰ
৬নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণক লৈ চলিছে নেকি ৰাজনীতি ?
Update Nowৰ News Editor দেৱাশীষ গোহাঁইৰ সৈতে পৰেশ অসমৰ সাক্ষাৎকাৰ

show more

Share/Embed