||ঢোলবাদন||ঢোলৰ মালিতা আৰু কোঢ়া চৰাই হাত||সৰুপাই (দাস) ওজা
Janam Kashyap Janam Kashyap
9.35K subscribers
397,231 views
15K

 Published On Feb 1, 2020

তিতাবৰৰ এলেঙী (জেলেমণি ) গাঁৱৰ বাসিন্দা সৰুপাই (দাস) ওজাদেৱৰ দ্বাৰা ঢোলবাদন | তেখেতে ২০০৭ চনৰ ১ জানুৱাৰী তাৰিখে মঘাই ওজা শিল্পী বঁটা লাভ কৰিছিল| ইয়াৰ লগতে অন্যান্য বহুতো সন্মান লাভ কৰিবলৈ সক্ষম হৈছে|

ঢোল-- সৰুপাই (দাস) ওজা
পালি-- মানস জ্যোতি দাস
স্বাগত শ্যামল বৰা
কেমেৰা-- আচয্য কাশ্যপ
ব্যৱস্থাপনা-- জনম কাশ্যপ

show more

Share/Embed