আনে ৰুইয়িং
Majulir Khabar Majulir Khabar
318 subscribers
2,303 views
57

 Published On Aug 25, 2024

জনপ্ৰিয় কন্ঠশিল্পী কনকলতা দলে নৰহৰ সম্পূৰ্ণ নতুন গীত।

শিল্পীগৰাকীৰ সম্পূৰ্ণ নিজস্ব ৰচনা আৰু পৰিকল্পনাৰে নিৰ্মাণ কৰি উলিওৱা নতুন গীতটি শ্ৰোতাৰ মাজতলৈ লৈ যোৱাৰ সুবিধা লাভ কৰাৰ বাবে আমি মাজুলীৰ খবৰ পৰিয়াল অতিশয় সুখী আৰু আনন্দিত হৈছো। নতুন গীতটি লোহিত নৈৰ পাৰত অৱস্থিত ঐতিহাসিক পাঠৰিচুকত ২৫ আগষ্ট /২০২৪ ত আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট অনাতাঁৰ শিল্পী অমিয় কুমাৰ চিৰাং দাই।

বাদ্য যন্ত্ৰ সংগত কৰে ক্ৰমে টবলাত কন্ঠশিল্পী ললিত কুমাৰ পেগু আৰু কেচিঅ' ত পুলিন পেগুয়ে। গীতটি মুক্তিৰ লগে লগে শ্ৰোতাৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।

অনুষ্ঠানত যোৰহাট ৰেডিঅ' অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী,কন্ঠশিল্পী ক্ৰমে ৰেস্মা পাংগিং কুটুম,সূনীত কুটুম,সাংবাদিক ৰাজীৱ পাতিৰ আদিয়ে অংশগ্ৰহণ কৰে।

সকলোৱে #share কৰি শিল্পীগৰাকীক মৰম আৰু আশীৰ্বাদ দিব।
#majulirkhabar #highlights #follow #share #misingoinitom

show more

Share/Embed