হৃদয়হীন পিতৃ II অসমীয়া চুটি ছবি II Hridoyhin Pitri II Assamese short movie
NTA CINEMA NTA CINEMA
27K subscribers
163,291 views
1.7K

 Published On Oct 27, 2022

ননীমাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি "হৃদয়হীন পিতৃ" আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল ।

আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |

Our other channel link
   / @iidrishtiarudarshan  

show more

Share/Embed