নাচনীসকলে কি ভুল কৰে গগনা বজাওতে !!গগণা কেনেকৈ বজাই? Part 2 ||
PD Creation PD Creation
18.6K subscribers
10,155 views
404

 Published On Apr 22, 2023

গগনা কি ?
: গগণা হৈছে অসমীয়া সমাজৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্য । বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়। অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে কামুৰি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয়।
🙏🙏🙏 আপোনালোকে ওপৰৰ Video টো কেনে লাগিল জনাব লগতে যদি যিকোনো বিহু আৰু ওজা চাপৰ চাব আৰু শিকিব বিচাৰে তেন্তে Comment Box ত চাপৰ খনৰ নাম লিখি দিব, Next Video সেই খন চাপৰ যিমান সোনকালে পাৰো আপোনালোকলৈ আগবঢ়াম | Channel টো Subscribe কৰিব আৰু ভাল লগা Video কেইটা Share কৰিবলৈ নাপাহৰিব, ধন্যবাদ

   • How to play GOGONA? গগণা কেনেকৈ বজাব?...  

show more

Share/Embed