৫১০ কোটি টকাৰে আত্মনিৰ্ভৰ অসমৰ সোণসেৰীয়া যাত্ৰা আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে
News Live News Live
2.93M subscribers
30,732 views
640

 Published On Sep 30, 2024

📌৫১০ কোটি টকাৰে আত্মনিৰ্ভৰ অসমৰ সোণসেৰীয়া যাত্ৰা আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। আজি ২৫ হাজাৰ যুৱক-যুৱতীক প্ৰথম কিস্তিৰ সাহায্য প্ৰদান। মুঠ ২ লাখ যুৱ উদ্যোগীক সামৰি ল'ব এই অভিযানে। ২ লাখ টকাকৈ দিয়া হ'ব প্ৰতিগৰাকী যুৱ উদ্যোগীক। তাৰে ১ লাখ টকা হ'ব ৰাজসাহায্য। চাকৰি লোৱাতকৈ চাকৰি দিয়াৰ আন্দোলন কৰিবলৈ যুৱ প্ৰজন্মলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

Like the official facebook page of News Live:   / newslivetvofficial  

Follow News Live on twitter:   / newsliveghy  

Connect to our instagram account:   / newsliveghy  

Visit our website for all news updates: http://newslivetv.com/

show more

Share/Embed