সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক উভতি ধৰিলে অখিল গগৈয়ে
Pratidin Time Pratidin Time
2.19M subscribers
332,242 views
5.5K

 Published On Aug 14, 2024

সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক উভতি ধৰিলে অখিল গগৈয়ে। ১৫ আগষ্টত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ চাবি মুখ্যমন্ত্ৰীৰ হাতত গতাই দিব অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ পৰা ৰাজহুৱাকৈ সময় বিচাৰিলে বিধায়কগৰাকীয়ে। তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ সকলো সম্পত্তিও ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনালে বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকাও ৰাজহুৱা কৰিলে অখিল গগৈয়ে। পত্নী-পুত্ৰ, মাতৃ, শাহুৰ লগতে নামে-বেনামে মুখ্যমন্ত্ৰীৰ সম্পত্তি থকাৰ অভিযোগ অখিল গগৈৰ। ইয়াৰ সমান্তৰালভাৱে বিধায়কসকলক চাপত ৰাখি মুখ্যমন্ত্ৰীয়ে একনায়কত্ববাদী শাসন চলোৱাৰো অভিযোগ অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি সম্পত্তি অৰ্জন কৰাৰো অভিযোগ অখিল গগৈৰ।

#PratidinTime #AkhilGogoi #HimantaBiswaSarma #AssamNews

show more

Share/Embed