Kahini | Aukaxtic | Official Music Video | Prod. by
AUKAXTIC AUKAXTIC
116 subscribers
945 views
156

 Published On Premiered Sep 29, 2024

#aukaxtic #independent #hiphop #music #artist
Kahini The Untold Story

Audio Credits:
Music Produced By: Vintageman Beats
Vocals Tune Guided By: Dhiraj Mili
Mix & Mastered By: Rituraz
Vocals & Lyrics By: Aukaxtic

Video Credits:
Videography By: Raghupati Mili
Moina Darig/Bipul Taye
Jibon Darig/Romendra Darig
Directed By: Raghupati/Aukaxtic
Edited By: Aukaxtic

Special Thanks & Shoutout To:
Arnab/Arindam/@mentioned

Music is free to use for non profit:
   • [FREE] "Flow" - Old School Boom Bap T...  

Lyrics:
নিচলা ঘৰত জন্ম,
কিন্তু সীমাহীন মোৰ স্বপ্ন,
ৰোৱা নাই মই থমকি,
কাৰণ বৰ পুত্ৰ সাহসী।
নিচলা ঘৰত জন্ম,
কিন্তু সীমাহীন মোৰ স্বপ্ন,
ৰোৱা নাই মই থমকি...

বসবাসিত গাঁওখন ভৰিপূৰ্ণ শুৱনি,
সা-সম্পতিত নহলেও মনৰ পৰা চহকী,
জেউৰা খৰি যেন দেখিবলৈ শাৰীৰিক আকৃতি,
কিন্তু স্বাভাৱিকতে ভাল বোলে ল'ৰাৰে স্বীকৃতি ;

চুৰ ধৰা পৰিল মানে লাগিলে ডাঙৰ জখম,
ঘৰত গৈ লগাই লবা বিষৰ অলপ মলম,
ফুল ফুলি ফল হোৱা প্ৰকৃতিৰে নিয়ম, আৰু
মানৱহীন জীৱনত সঙ্গী মাথো কাগজ কলম;

দাগবিহীন কাগজত প্ৰতিভাবোৰ প্ৰকাশ,
যদিও গান্ধীবিহীন কাগজেৰে নচলে সমাজ,
যেন কৰ্মবিৰতীত ব্যস্ত থকা যন্ত্ৰবিহীন জাহাজ,
আৰু বাধাপূৰ্ণ যদিও লক্ষ্যস্থান নীভাজ;

হাতৰ আঙুলিত গনিব পৰা বন্ধু-বৰ্গৰ সংখ্যা,
আৰম্ভণিতে সমাপ্তি ঘটে গণনাটিৰ তালিকা,
ভৰসা নাই মুখাপিন্ধা চাৰিওকাষৰ সামাজিকতাত,
বিপদৰ সময়ত বিচলিত সহায়ৰ আঙুলি দহোটা;

হাতৰ আঙুলিত গনিব পৰা বন্ধু-বৰ্গৰ সংখ্যা,
আৰম্ভণিতে সমাপ্তি ঘটে গণনাটিৰ তালিকা,
ভৰসা নাই মুখাপিন্ধা চাৰিওকাষৰ সামাজিকতাত,
বিপদৰ সময়ত বিচলিত....

শত্ৰু মিত্ৰ ৰূপত আবিৰ্ভাৱ, উৎসাহ সলনি প্ৰত্যাহ্বান
আপোন হোৱাৰ চলেৰে, লুটি নিয়াৰ মনোভাৱ
সমস্যা আহি ৰৈছেহি, হাতত হাত সাৱটি
হতাশাত পৰি লিখিলোঁ, এটি বেদনাদায়ক কাহিনী

নিচলা ঘৰত জন্ম,
কিন্তু সীমাহীন মোৰ স্বপ্ন,
ৰোৱা নাই মই থমকি,
কাৰণ বৰ পুত্ৰ সাহসী।
নিচলা ঘৰত জন্ম,
কিন্তু সীমাহীন মোৰ স্বপ্ন,
ৰোৱা নাই মই থমকি...

ফুটা চাং টিনপাট তৰা দেখো দিনত,
তথাপি মহান মোৰ পিতৃ থাকিব নিদিয়ে ভোকত,
সাগৰময় বেদনাতো কান্দিব নিদিয়ে দুখত, আৰু
বিচাৰিলেই আনি দিয়ে ৰেলৰ সমান দ্ৰুতত।

দুখ-কষ্ট নেওচি আজি জীৱন যাত্ৰা অব্যাহত,
যাতে গৈ পাব পাৰো দূৰনিৰে আকাশত,
চহৰ ফুৰিব পাৰো যাতে নিজাববীয়া বাহনত,
পিতৃ দেৱৰ নহয় নিজেই ঘটা ধন-বলত ।

শব্দৰে অপ্ৰকাশিত মাতৃদেৱীৰ মমতা,
বিনা ধনত বাকী খিনী নামত মাথোঁ আত্মিয়তা,
প্ৰকাশিত অকলশৰীয়া জীৱনৰ এটি কবিতা,
য'ত প্ৰকাশ ভংগীৰ ধৰণ আনতকৈ পৃথকিকতা।

লিখিছোঁ মই লিখি যাম যিমানেই আহক প্ৰতিঘাট,
কৰিবলৈ সাজু আছোঁ সকলো ধৰণৰ প্ৰতিবাদ,
নিস্বাৰ্থ মানসিকতা সমৰ্থকিয় চুফীবাদ,
উপস্থিতি সদাকাল অদৃশ্যজনৰ আশীৰ্বাদ ।

এইয়াই মোৰ সফল দিশৰ গতিপথৰ উদ্ধোধনী,
সঠিক সময়ত প্ৰাপ্ত হব উচিত মূল্যৰ পৰিণতি,
উচ্চ শিখৰত উজলিব এদিন "AUKAXTIC" ৰ নামটি,
চৌদিশে উছৱ স্বৰূপি যেন সেইদিনাৰ পৰিস্থিতি ।

How bout a tale of young boy's rise,
From the city road to the blue open skies,
Life chapter is written in the moon lights,
This story untold, through the darkest nights

How bout a tale of young boy's rise,
From the city road to the blue open skies,
Life chapter is written in the moon lights,
This story untold, through the darkest nights

নিচলা ঘৰত জন্ম,
কিন্তু সীমাহীন মোৰ স্বপ্ন,
ৰোৱা নাই মই থমকি,
কাৰণ বৰ পুত্ৰ সাহসী।
নিচলা ঘৰত জন্ম,
কিন্তু সীমাহীন মোৰ স্বপ্ন,
ৰোৱা নাই মই থমকি...

Connect with us:
Arnab Mili:
https://www.instagram.com/__arnab__0?...
Dhiraj Mili:
https://www.instagram.com/_the_dhiraz...
Arindam Mili:
https://www.instagram.com/arindam.mil...
Raghupati Mili:
https://www.instagram.com/__mili__bha...
Jibon Darig:
https://www.instagram.com/___mr_jiboo...
Bipul Taye:
https://www.instagram.com/bipultaye__...
Moina Darig:
https://www.instagram.com/darig_____m...
Romendra Darig:
https://www.instagram.com/romendra_da...

show more

Share/Embed